Posts

Showing posts from April, 2025

NPS (CALCULATION) গণনা ২০ বছৰৰ চাকৰিত কিমান

Image
  NPS (National Pension Scheme) ২০ বছৰৰ পিছত সম্ভাব্য জমা টকাৰ হিচাপ। NPS CALCULATION  এই পৰ্যালোচনাটো National Pension Scheme (NPS) ৰ অধীনত ২০ বছৰৰ পিছত সম্ভাব্য জমা টকাৰ এক আনুমানিক হিচাব। এয়া কোনো বিনিয়োগ পৰামৰ্শ নহয়, কেৱল এক অনুমানমূলক গাণিতিক প্ৰক্ষেপন। ১. মূল তথ্য: যদি কোনো ব্যক্তি ₹21,400 Basic Pay লৈ চাকৰিত যোগদান কৰে, আৰু ২০ বছৰৰ পাছত তেওঁৰ Basic Pay ₹60,000 হয়, তেন্তে তলত দিয়া ধৰণে NPS-ত অৱদান  হ,ব : চাকৰিত যোগদানৰ সময়ত Basic Pay: ₹21,400 অৱসৰৰ সময়ত Basic Pay (আনুমানিক): ₹60,000 50% Dearness Allowance (DA) প্ৰাথমিক বেতনত ধৰি লোৱা হৈছে। ২. প্ৰথম মাহৰ NPS অৱদান: Basic Pay: ₹21,400 50% Dearness Allowance (DA): ₹10,700 Total Salary: ₹32,100 NPS-ত কৰ্মচাৰীৰ অৱদান (10%): ₹3,210 নিয়োগকাৰীৰ অৱদান (14%): ₹4,494 মুঠ NPS অৱদান: ₹7,704 ৩. ২০ বছৰৰ পিছত NPS অৱদান: যদি কোনো ব্যক্তি ₹60,000 Basic Pay লৈ অৱসৰ গ্ৰহণ কৰে, আৰু 50% DA ধৰি লোৱা হয়, তেন্তে তেওঁৰ মুঠ বেতন ₹90,000 হব। Basic Pay (আনুমানিক): ₹60,000 50% Dearness Allowance (DA): ₹30,000 Total Sal...