স্বাস্থ্য বীমা HEALTH INSURANCE : HDFC ERGO ৰ OPTIMA SECURE ৰ policy ৰ সুবিধা সমূহ

HDFC ERGO OPTIMA SECURE : 

HDFC ERGOৰ Optima Secure স্বাস্থ্য বীমা পৰিকল্পনাই গ্ৰাহকক  বিস্তৃত সুবিধা প্ৰদান কৰে, যাৰ দ্বাৰা স্বাস্থ্য বীমাৰ মূল্য নতুনকৈ সংজ্ঞায়িত হয়। এই পৰিকল্পনাৰ মুখ্য সুবিধাসমূহ হ'ল:


1. সুৰক্ষা সুবিধা (Secure Benefit): 

এই সুবিধাৰ দ্বাৰা, আপুনি যি বীমা পৰিমাণ বাচি ল'ব, সেইটো কিনাৰ দিনৰ পৰাই দ্বিগুণ হৈ যায়, অৰ্থাৎ 2X ক'ভাৰ। ইয়াৰ বাবে কোনো অতিৰিক্ত খৰচ নহয় আৰু কোনো দাবী নকৰিলেও এই সুবিধা লাভ কৰিব পাৰিব। 


2. প্লাছ সুবিধা (Plus Benefit): 

এই সুবিধাৰ অধীনত, প্ৰথম বছৰৰ পাছত বেস ( base cover) ক'ভাৰ ৫০% বৃদ্ধি পায় আৰু দ্বিতীয় বছৰৰ পাছত ১০০% বৃদ্ধি পায়, দাবী কৰা হ'লেও বা নোহোৱাকৈ। 


3. ৰিষ্ট'ৰ সুবিধা (Restore Benefit): 

যদি কোনো দাবী কৰা হয়, তেন্তে বেস ( base) ক'ভাৰৰ ১০০% স্বয়ংক্ৰিয়ভাৱে পুনৰ স্থাপন হয়, অৰ্থাৎ আপুনি পুনৰ বীমা পৰিমাণ লাভ কৰে। 


4. ৰুম ভাড়া (ROOM RENT):

 এই পৰিকল্পনাত ৰুম ভাড়াৰ ওপৰত কোনো সীমা নাই, অৰ্থাৎ আপুনি যিকোনো শ্ৰেণীৰ ৰুমত ভৰ্তি হ'ব পাৰে। 


5. প্ৰি আৰু প'ষ্ট হস্পিটালাইজেচন ক'ভাৰেজ (PRE AND POST HOSPITALIZATION) :

 হস্পিটালাইজেচনৰ ৬০ দিন আগৰ আৰু ১৮০ দিন পাছৰ চিকিৎসা খৰচ এই পৰিকল্পনাৰ অধীনত ক'ভাৰ কৰা হয়। 


6. ক' পে (Co-pay):

 এই পৰিকল্পনাত ক' পেৰ কোনো ব্যৱস্থা নাই, অৰ্থাৎ সকলো খৰচ বীমা কোম্পানীয়ে বহন কৰে। 


7. অপেক্ষা সময়সীমা (Waiting Period): 

প্ৰি-এগজিষ্টিং ডিজিজৰ (PRE EXISTING DISEASE) বাবে ৩ বছৰৰ অপেক্ষা সময়সীমা আছে। বিশেষ ৰোগসমূহৰ বাবে ২৪ মাহৰ অপেক্ষা সময়সীমা আৰু আৰম্ভণিৰ অপেক্ষা সময়সীমা ৩০ দিন। 


8. কেশলেছ  
হস্পিটেল নেটৱৰ্ক (CASHLESS HOSPITAL NETWORK) : 

ইণ্ডিয়াত ১৩,৩০১ টা হস্পিটালত কেশলেছ চিকিৎসা সুবিধা উপলব্ধ। 


9. ক্লেইম ছেটেলমেণ্ট ৰেচিঅ' ( CLAIM SETTLEMENT RATIO):

 এই পৰিকল্পনাৰ ক্লেইম ছেটেলমেণ্ট ৰেচিঅ' ৯৮.৫%। 


10. উচ্চ ইনকাৰ্ন্ড ক্লেইম ৰেচিঅ' (ICR): এই পৰিকল্পনাৰ ইনকাৰ্ন্ড ক্লেইম ৰেচিঅ' ৮০.৯৮%। 


11. হস্পিটালাইজেচন ক'ভাৰেজ (HOSPITALIZATION COVERAGE) : 

৫ লাখ টকাসলৈ হস্পিটালাইজেচন খৰচ ক'ভাৰ কৰা হয়। 



12. ৰিষ্ট'ৰ সুবিধা: 

প্ৰতি বছৰে সম্বন্ধিত আৰু অসম্বন্ধিত ৰোগৰ বাবে ৫ লাখ টকাসলৈ পুনৰ বীমা পৰিমাণ উপলব্ধ। 


13. কনজিউমেবল খৰচ ক'ভাৰেজ ( CONSUMABLE EXPENSIVE COVERAGE):

  এই প্ৰটেক্ট সুবিধাৰ অধীনত, গ্ল'ভছ, মাক্স, নেবুলাইজাৰ কিট আদি নন-মেডিকেল খৰচসমূহ ক'ভাৰ কৰা হয়। 


14. অনলাইন ফিটনেছ ক্লাছ আৰু কাউন্সেলিং (ONLINE FITNESS CLASS AND COUNCELLING):

 গ্ৰাহকে সীমাহীন অনলাইন ফিটনেছ ক্লাছ, মেন্টেল হেল্থ কাউন্সেলিং, ডায়েট আৰু নিউট্ৰিশ্যন পৰামৰ্শ লাভ কৰিব পাৰে। 


15. ডিসকাউণ্ট সুবিধা ( DISCOUNT FACILITIES): 

অনলাইন, ফেমিলি আৰু লং টাৰ্ম ডিসকাউণ্ট উপলব্ধ। 


16. পলিচি পুনৰ নবীকৰণ: 

এই পৰিকল্পনাত জীৱনভৰৰ বাবে পলিচি পুনৰ নবীকৰণৰ সুবিধা আছে। 


17. এড-অন ক'ভাৰেজ (ADD ON COVERAGE): মাই: হেল্থ হস্পিটাল কেশ বেনিফিট, আনলিমিটেড ৰিষ্ট'ৰ সুবিধা আদি এড-অন ক'ভাৰেজ উপলব্ধ। 


18. নো-কষ্ট ইএমআই বিকল্প (NO COST EMI): ক্ৰেডিট আৰু ডেবিট কাৰ্ড হোল্ডাৰসকলৰ বাবে ইএমআই বিকল্প উপলব্ধ। 


19. পলিচি মিয়াদকাল (POLICY PERIOD): এই পৰিকল্পনা ১, ২ আৰু ৩ বছৰৰ মেয়া
দকালৰ বাবে উপলব্ধ। 

20. কিয় HDFC ERGO ৰOPTIMA SECURE :
১. প্ৰথম দিনাৰ পৰাই 2X cover হয়।
২. Claim Settlement ratio 98.5% আটাইতকৈ বেছি।
3. Cashless hospital ৰ সংখ্যা 13301 সমগ্ৰ ভাৰতবৰ্ষত । 



Comments

Popular posts from this blog

NPS (CALCULATION) গণনা ২০ বছৰৰ চাকৰিত কিমান

NPS ( National Pension Scheme) 30 বছৰৰ পাছত কিমান টকা জমা হ,ব?